Assam Current Affairs

Assam Current Affairs

বুধবাৰে ঘোষণা হয় অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই বঁটা সমূহ ঘোষণা কৰে। তলত সৱিশেষ উল্লখ কৰা হ'ল-


অসম বৈভৱ – ডাঃ তপন শইকীয়া । (শইকীয়া দিশিকা ফাউণ্ডেচনৰ অন্যতম পৃষ্ঠপোষক ।তেওঁ অসম আৰু উত্তৰ-পূব ৰাজ্যসমূহত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়াইছে।


অসম সৌৰভ- কৃষ্ণ ৰয় । তেওঁক সাংস্কৃতিক ক্ষেত্ৰত থকা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়।তেওঁ আৱাহন থিয়েটাৰৰ প্ৰযোজক।


অসম সৌৰভ- গিলবাৰ্ট চাংমা । খেলৰ ক্ষেত্ৰখনত আগবঢোৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।


অসম সৌৰভ- নয়নমণি শইকীয়া। খেল জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম সৌৰভ- ড০ বিনজয় কুমাৰ শইকীয়া। (বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ এই বঁটা প্ৰদান কৰা হয়।


অসম সৌৰভ- শশীধৰ ফুকন । স্বাস্থ্য আৰু সমাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ- ধৃতিমালা ডেকা। সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ- দেৱজিত বৰ্মন।  কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ- ৰুস্তম বসুমতাৰী। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ- মাঞ্জে লা। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ- বিনন্দ হাতীবৰুৱা। পৰিবেশ আৰু বন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ- অতুল চন্দ্ৰ বৰুৱা । সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ – কল্যানী ৰাজবংশী। উদ্যোগপতি গৰাকীলৈ তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


 অসম গৌৰৱ- চিলা গোৱালা। তেওঁ এগৰাকী আশা কৰ্মী। ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।


অসম গৌৰৱ- ড০ যোগেশ দেউৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।


 অসম গৌৰৱ- ড০ পংকজ লাল গগৈ। উদ্যোগপতি গৰাকীলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।


অসম গৌৰৱ – সৰ্বেশ্বৰ বসুমতাৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।


অসম গৌৰৱ- মনথাং হমাৰ। কৃষি ক্ষেত্ৰলৈ অৱদানৰ বাবে এই বঁটা।


অসম গৌৰৱ- ড০ ধ্ৰুৱজ্যোতি শৰ্মা। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।


অসম গৌৰৱ- দয়াল গোস্বামী। সত্ৰীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।


অসম গৌৰৱ- ড০ চৈয়দ ইফটিকাৰ আহমেদ।এইডচ আৰু ড্ৰাগছ বিৰোধী সজাগতা মূলক কাম কাজৰ বাবে এই বঁটা।


✍️ By Abhijit Dutta



To Download this MCQ as PDF, Please click on this link

       DOWNLOAD       

Post a Comment

0 Comments